আহিবা ঐ নাচনী
চিনাকি সেই চাপৰিত
সজাবা ৰঙেৰে ৰঙালী
লাহিকৈ সোণ দেহাটি
মেৰিয়াই ৰিহাখনি
চিনাকি লগাকৈ চিনাকি
ৰও কি নৰও এয়া
বিহুৰে বলীয়া বা'
ঢোল শিঙা গগনাৰে
পেঁপাটিয়ো সুৰীয়া অ'
সিঁয়ৰি উঠে দেহাটি ঐ..
...
আহিবা ঐ নাচনী
চিনাকি সেই চাপৰিত
সজাবা ৰঙেৰে ৰঙালী
লাহিকৈ সোণ দেহাটি
মেৰিয়াই ৰিহাখনি
চিনাকি লগাকৈ চিনাকি
ৰও কি নৰও এয়া
বিহুৰে বলীয়া বা'
ঢোল শিঙা গগনাৰে
পেঁপাটিয়ো সুৰীয়া অ'
সিঁয়ৰি উঠে দেহাটি ঐ..
...
No replies yet.