বৰষা যেতিয়া নামে বুকুলে
এনে লাগে যেন সেয়া তুমিয়েই
সুৰে সুৰে দেহ মন নাচিলে
এনে লাগে যেন তাতো তুমিয়েই
তুমিয়ে ৰচি আছা সুৰৰে এনাজৰী
মায়াৱি কবিতাতো তুমিয়েই।
বৰষা যেতিয়া নামে বুকুলে...
...
বৰষা যেতিয়া নামে বুকুলে
এনে লাগে যেন সেয়া তুমিয়েই
সুৰে সুৰে দেহ মন নাচিলে
এনে লাগে যেন তাতো তুমিয়েই
তুমিয়ে ৰচি আছা সুৰৰে এনাজৰী
মায়াৱি কবিতাতো তুমিয়েই।
বৰষা যেতিয়া নামে বুকুলে...
...
No replies yet.