জ্বলি উঠা জুই হৈ

জ্বলুৱা মোৰ কামনা

ফুলি ৰোৱা ফূল হৈ

বৈ আহক বাসনা

দুৰনি হওক বেদনা

ফুলক হাঁহিৰ ফুলনি

কুৱলি হওক চেতনা

জলক প্ৰেম​ৰ অগনি..

...

https://void.cat/d/BSSAsHB1p6APxCVF2pfc1c.webp

https://void.cat/d/Cg1m9KuLwuqHZZNGeEAGem.mp3

Reply to this note

Please Login to reply.

Discussion

No replies yet.