জোনধনে জোনালীতে তৰাৱতীক চাই
হাতীপটি চিকিমিকি নাচি নাচি যায়
জোনে কয় তৰাৱতীক মোৰ ফালে চা
ৰূপোৱালী ৰিহা টানি তৰাই ঢাকে গা..
.....
জোনধনে জোনালীতে তৰাৱতীক চাই
হাতীপটি চিকিমিকি নাচি নাচি যায়
জোনে কয় তৰাৱতীক মোৰ ফালে চা
ৰূপোৱালী ৰিহা টানি তৰাই ঢাকে গা..
.....
No replies yet.