ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰু
মেঘে বজায় ডম্বৰু
চিক্মিক্ বিজুলী নাচে
এ' সৰু সৰু গাঁৱৰে সৰুকণহঁতৰে
সৰু সৰু ঘৰবোৰ কঁপে,
..
সৰু সৰু সমাজৰে
সৰু সৰু বিচাৰতে
সৰু সৰু সমাজৰে
সৰু সৰু বিচাৰতে
ভেকুলীয়ে বৰ লাজ পায় ।
...
ডুগ্ ডুগ্ ডুগ্ ডুগ্ ডম্বৰু
মেঘে বজায় ডম্বৰু
চিক্মিক্ বিজুলী নাচে
এ' সৰু সৰু গাঁৱৰে সৰুকণহঁতৰে
সৰু সৰু ঘৰবোৰ কঁপে,
..
সৰু সৰু সমাজৰে
সৰু সৰু বিচাৰতে
সৰু সৰু সমাজৰে
সৰু সৰু বিচাৰতে
ভেকুলীয়ে বৰ লাজ পায় ।
...
No replies yet.