মেঘৰ বৰন
ৰদৰ বৰণ
জোনৰ বৰণ
তুমি কোন দূৰ
গানৰ মাজত
কথাৰ মাজত
প্ৰাণৰ কাষত
তুমি কোন সুৰ
সপোনে সপোনে
নিবিড় নিবিড়
তোমাৰ মৰমৰ সুৰ
মেঘৰ বৰণ....
...
মেঘৰ বৰন
ৰদৰ বৰণ
জোনৰ বৰণ
তুমি কোন দূৰ
গানৰ মাজত
কথাৰ মাজত
প্ৰাণৰ কাষত
তুমি কোন সুৰ
সপোনে সপোনে
নিবিড় নিবিড়
তোমাৰ মৰমৰ সুৰ
মেঘৰ বৰণ....
...
No replies yet.