মিঠা মিঠা আজি সপোনৰে
অজানিতে চোৱা মন ভৰে
দূৰণিৰে তৰাটি হে যেন
জ্বলিলেহি আজি মনে মনে
অ'.. হৃদয়তে কিযে মৰমেৰে
বুকু ভৰা বহু মৰমেৰে...
...
মিঠা মিঠা আজি সপোনৰে
অজানিতে চোৱা মন ভৰে
দূৰণিৰে তৰাটি হে যেন
জ্বলিলেহি আজি মনে মনে
অ'.. হৃদয়তে কিযে মৰমেৰে
বুকু ভৰা বহু মৰমেৰে...
...
No replies yet.