মৰম দিলোঁ তোমাক
হিয়া উপচাই
হৃদয় দিলোঁ তোমাক
থ’বা যতনাই
মনৰ নিজান বনত
ৰং ভৰি যায়
জীৱনৰ পথত
তোমাক লগ পাই...
...
https://void.cat/d/Xyz34KussPJvGzimKKBkKd.webp
https://void.cat/d/KA3PuyU5WmysTiKcxXmeXU.mp3
Please Login to reply.
No replies yet.