নহ'লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ'ব পাৰে
নহ'লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ'ব পাৰে
ল'ৰালিৰ ঘাটে ঘাটে
উমলি থাকোতেই
অচিনা পানচৈ লাগিলেহি
ঘাটতে মোৰ অজানিতে
দোলনি দিলে নুবুজাকে
মনতে মোৰ গুপুততে
যৌৱনে ক'লে আজি সেয়াই
হিয়া দিয়া নিয়া...
...
নহ'লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ'ব পাৰে
নহ'লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ'ব পাৰে
ল'ৰালিৰ ঘাটে ঘাটে
উমলি থাকোতেই
অচিনা পানচৈ লাগিলেহি
ঘাটতে মোৰ অজানিতে
দোলনি দিলে নুবুজাকে
মনতে মোৰ গুপুততে
যৌৱনে ক'লে আজি সেয়াই
হিয়া দিয়া নিয়া...
...
No replies yet.