ঐ জান ঐ আকাশখন ধুনীয়া,
ঐ জান ঐ তৰাৰে জিলিকা,
ঐ জান ঐ মনৰে সৰগত,
ঐ জান ঐ তুমি মোৰ মেনকা,
ঐ জান দূৰণিতে,
ঐ জান তুমি থাকা,
ঐ জান সপোনত হয়,
ঐ জান আমাৰ দেখা,
ঐ জান ঐ ...
...
ঐ জান ঐ আকাশখন ধুনীয়া,
ঐ জান ঐ তৰাৰে জিলিকা,
ঐ জান ঐ মনৰে সৰগত,
ঐ জান ঐ তুমি মোৰ মেনকা,
ঐ জান দূৰণিতে,
ঐ জান তুমি থাকা,
ঐ জান সপোনত হয়,
ঐ জান আমাৰ দেখা,
ঐ জান ঐ ...
...
No replies yet.