★ Nostr ৰ পৃথিৱীত অসমীয়া মানুহৰ উপস্থিতি কিমান মই নাজানো । Nostr টো অসমীয়াত "নস্তৰ" হ'ব নে "নষ্টৰ" হ'ব সেয়াও পাছে পৰে বিচাৰ কৰিম । সদ্যহতে মোৰ ফালৰ পৰা Nostr ত অসমীয়া লিপিৰ উপস্থিতি নিশ্চিত কৰাৰ প্ৰথম প্ৰয়াস হিচাপে এই কথাকেইটা লিখিলোঁ । গুগল Indic কীবোৰ্ড ব্যৱহাৰ কৰি লিখা এই আখৰকেইটা, বিশেষকৈ যুক্তক্ষৰখিনি লেপটপ বা ডেস্কটপৰ পৰা পঢ়িবলৈ অসুবিধাও হ'ব পাৰে, তাৰবাবে আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ ।

"বাজক ডবা বাজক শংখ

বাজক মৃদং খোল,

অসম আকৌ উন্নতিৰ পথত

জয় আই অসম বোল !!"

Reply to this note

Please Login to reply.

Discussion

No replies yet.