এতিয়া জোনাকে
ন মায়া ৰচে
এতিয়া ডাৱৰে
ন খেলা পাতে
তুমি অহা বাবেই
পোহৰে পাখি মেলে
সাৰ পালে সপোনে...
এতিয়া জোন জলে
মোৰ দুচকুতে
এতিয়া ফুল ফুলে
ৰঙা কলিজাতে
তুমি আছা কাষতে
মন নদী উপচাই
মৰমে বুকু শিপাই...
.....
এতিয়া জোনাকে
ন মায়া ৰচে
এতিয়া ডাৱৰে
ন খেলা পাতে
তুমি অহা বাবেই
পোহৰে পাখি মেলে
সাৰ পালে সপোনে...
এতিয়া জোন জলে
মোৰ দুচকুতে
এতিয়া ফুল ফুলে
ৰঙা কলিজাতে
তুমি আছা কাষতে
মন নদী উপচাই
মৰমে বুকু শিপাই...
.....
No replies yet.