অসম দেশৰ বাগিছাৰে ছোৱালী
ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি
হে’ লছমী নহয় মোৰে নাম চামেলী
হে’ লছমী নহয় মোৰে নাম চামেলী
অসম দেশৰ বাগিছাৰে ছোৱালী
ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি
হে’ চম্পা নহয় মোৰে নাম চামেলী...
...
https://void.cat/d/ECP8fYF8ZDy5zzRsYca6E8.webp
https://void.cat/d/HRVL5QPHD7AftrtkSTpzTr.mp3