জিলমিলীয়া কোমল বালি
তাহানিৰ কাহিনী কিয় শুনালি
বুকুতে মিঠা মিঠা বিহ ঢালিলি
বুকুতে মিঠা মিঠা বিহ ঢালিলি
জিলমিলীয়া কোমল বালি...
বালিমাহী বালিমাহী বালিমাহী
তই আজি কৱ দেখোঁ হাঁহি হাঁহি
উভতি নবয় সময় নদী
নুফুলে সৰা পাহি..
জিলমিলীয়া কোমল বালি
তাহানিৰ কাহিনী কিয় শুনালি...
..