জিৰি‌ জিৰি বৰষাই

কলিজা কঁপাই

উমি উমি মন জ্বলে

কিনো ভাৱনা

দূৰে দূৰে থাক মোৰ সোণাই

দেহত কি শিহৰণ

বুজা নাই, বুজা নাই

বুজা নাই, বুজা নাই...

...

https://void.cat/d/H6FWL5dmK1tUSFFzJ7Vgv2.webp

https://void.cat/d/939fjvqnmVra7wbt3fAGS7.mp3

Reply to this note

Please Login to reply.

Discussion

No replies yet.