মেঘে গিৰ্ গিৰ্ কৰে

আ-হা হিৰ্ হিৰ্ মেঘে কৰে

মেঘে গিৰ্ গিৰ্ কৰে

আ-হা হিৰ্ হিৰ্ মেঘে কৰে

বা লাগি আগলতি

কলাপাত লৰে

এজাক যেন বৰষুণ

আহোঁ আহোঁ কৰে...

মেঘে গিৰ্ গিৰ্ কৰে

আ-হা হিৰ্ হিৰ্ মেঘে কৰে...

...

https://void.cat/d/LiKCCQ3CoW6Ef6yyLT6dH.webp

https://void.cat/d/57YnKgoVULKenKic8vT2Qt.mp3

Reply to this note

Please Login to reply.

Discussion

No replies yet.