বিচাৰিছো কাষৰতে
সদায়ে তোমাক
হ'লাহি কি বুকুৰ আপোন
নকওঁ মই আনক
ফুলিব দিয়া তুমি মোৰে
অময়া মৰমক
নাচিব দিয়া দুচকুতে
তৰুণী হেঁপাহক...
বিচাৰিছো কাষৰতে
সদায়ে তোমাক...
...
বিচাৰিছো কাষৰতে
সদায়ে তোমাক
হ'লাহি কি বুকুৰ আপোন
নকওঁ মই আনক
ফুলিব দিয়া তুমি মোৰে
অময়া মৰমক
নাচিব দিয়া দুচকুতে
তৰুণী হেঁপাহক...
বিচাৰিছো কাষৰতে
সদায়ে তোমাক...
...
No replies yet.