এতিয়া কাষত

হেপাহৰ ফুলনি

উপচা ফাগুন হৈ ৰয়..

মেঘে মেঘে মন্

উৰি ফুৰে দুৰনি

টিলাৰে পাৰত তুমি আৰু মই..

...

https://void.cat/d/3BPb79cW8JADeCMwo5m9MS.webp

https://void.cat/d/A5R1Q8sFkdVLZYSYdBVYnJ.mp3

Reply to this note

Please Login to reply.

Discussion

No replies yet.