মৰম দিলি চেনেহ দিলি বাটতে লগ পাই

পিছে .. মই ষোল্ল বছৰত ভৰি দিয়া নাই

মৰম দিলি চেনেহ দিলি বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই

নাজানো ভালপোৱা কি

নুবুজোঁ প্ৰেম মানে কি

এনে কথা নকবি দুনাই

অ’ অ’ অ’ অ’.. মই ষোল্ল বছৰত ভৰি দিয়া নাই

মৰম দিলি চেনেহ দিলি বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই ..

...

https://void.cat/d/X9ZSvJMeCzEMo5tWodHnRk.webp

https://void.cat/d/9Lm25kaPva8dv94WmQQjhV.mp3

Reply to this note

Please Login to reply.

Discussion

No replies yet.