চকু মেলি নাচাবা
অ’ ...ৰ’ লাগি নাচাবা
চকু মুদি চোৱাচোন দেখা পাবা তাতেই
মন উতলাই কোনে,
চিৎ নচুৱায়
মন উতলাই কোনে,
চিৎ নচুৱায় !
..
চকু মেলি নাচাবা
অ’ ...ৰ’ লাগি নাচাবা
চকু মুদি চোৱাচোন দেখা পাবা তাতেই
মন উতলাই কোনে,
চিৎ নচুৱায়
মন উতলাই কোনে,
চিৎ নচুৱায় !
..
No replies yet.