জোনাক গলা জাৰৰ নিশা
মুৰ থৈ শেতা শেতেলীত
গণি গণি আঙুলিৰ মূৰত
আছে কিমান চকুৰ পানী
সুখৰ চিকুন মণি
মই ভাগৰা নাই
জীৱন হেৰুৱা নাই
মই ভাগৰা নাই
জীৱন হেৰুৱা নাই
জোনাক গলা জাৰৰ নিশা
মুৰ থৈ শেতা শেতেলীত....
....
জোনাক গলা জাৰৰ নিশা
মুৰ থৈ শেতা শেতেলীত
গণি গণি আঙুলিৰ মূৰত
আছে কিমান চকুৰ পানী
সুখৰ চিকুন মণি
মই ভাগৰা নাই
জীৱন হেৰুৱা নাই
মই ভাগৰা নাই
জীৱন হেৰুৱা নাই
জোনাক গলা জাৰৰ নিশা
মুৰ থৈ শেতা শেতেলীত....
....
No replies yet.