বীণ বৰাগী তোৰ বীণখনি ল' তুলি
বীণ বৰাগী তোৰ বীণখনি ল' তুলি
সমীৰণে কাণে কাণে আগলি বাতৰি আনে
সমীৰণে কাণে কাণে আগলি বাতৰি আনে
চ'ত আহি পালে বুলি বীণখনি ল' তুলি
বীণ বৰাগী তোৰ বীণখনি ল' তুলি
বীণ বৰাগী...
...
বীণ বৰাগী তোৰ বীণখনি ল' তুলি
বীণ বৰাগী তোৰ বীণখনি ল' তুলি
সমীৰণে কাণে কাণে আগলি বাতৰি আনে
সমীৰণে কাণে কাণে আগলি বাতৰি আনে
চ'ত আহি পালে বুলি বীণখনি ল' তুলি
বীণ বৰাগী তোৰ বীণখনি ল' তুলি
বীণ বৰাগী...
...
No replies yet.