মৰম এনাজৰী

চিঙিব নোৱাৰো মই

এৰিব নোৱাৰি

বুকুতে ৰাখিছো মই

তুমি হাঁহিছিলা মোলৈ কে চাই

তুমি কৈছিলা

আকাশৰে জোন মোৰ

আতৰি নাজাবা দেই

লগৰী অ'...

.....

https://void.cat/d/SfF3mxoqrM1Got2YokncFR.webp

https://void.cat/d/SHwARAqFvPtVjkt4UN83o6.mp3

Reply to this note

Please Login to reply.

Discussion

No replies yet.