একবিংশ শতিকাৰ.. প্ৰেম কাহিনী
ৰুমালৰে ভাঁজতে.. স্মৃতিৰে ৰেঙনি
একবিংশ শতিকাৰ.. মোৰ কাহিনী
ৰুমালৰে সাঁচতে.. স্মৃতি হৈ মৰমী
ৰুমালৰ ভাঁজে-ভাঁজে.. দুখৰে বিননি
ৰুমালত কাহিনী.. ৰুমালত জীৱনী
ৰুমালত হুমুনিয়াহ.. ৰুমালত উচুপনি
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
এখন ৰঙা ৰুমাল
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
আজিৰ শেঁতা ৰুমাল..
...