অ' বিদেশী বন্ধু
দুৰ্ভগীয়া,
আজি কিয়নো বন্ধু
অকলশৰীয়া..
প্ৰতিধ্বনি শুনো কান্দোনৰ
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া..
..
প্ৰেমৰ সাগৰে,
জাহাজ মেলিলি,
নেপালি কোনো বন্দৰ,
সৰু চাকনৈয়াতে বন্দী হলি,
হেৰুৱালি তোৰ লংগৰ..
...
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া,
আজি কিয়নো বন্ধু
অকলশৰীয়া..
প্ৰতিধ্বনি শুনো কান্দোনৰ
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া..
..
প্ৰেমৰ সাগৰে,
জাহাজ মেলিলি,
নেপালি কোনো বন্দৰ,
সৰু চাকনৈয়াতে বন্দী হলি,
হেৰুৱালি তোৰ লংগৰ..
...
No replies yet.