ৰ’দ… ৰ’দ আজি কেনি পাওঁ
ৰ’দ … ৰ’দ আজি কেনি চাওঁ
খিৰিকি মেলি সমুখত আন্ধাৰহে পাওঁ
কোঠালি এৰি বাহিৰত পথ হেৰাওঁ
ৰ’দ… ৰ’দ আজি কেনি পাওঁ
ৰ’দ … ৰ’দ আজি কেনি চাওঁ..
.....
ৰ’দ… ৰ’দ আজি কেনি পাওঁ
ৰ’দ … ৰ’দ আজি কেনি চাওঁ
খিৰিকি মেলি সমুখত আন্ধাৰহে পাওঁ
কোঠালি এৰি বাহিৰত পথ হেৰাওঁ
ৰ’দ… ৰ’দ আজি কেনি পাওঁ
ৰ’দ … ৰ’দ আজি কেনি চাওঁ..
.....
No replies yet.