মোৰ মন আজি হ'ল

এটি পখিলা

লাহি পাখি মন মতলীয়া

সুদূৰলৈ উৰি যায়..

হৰিণী নয়না তুমি প্রিয়া

খোজত ফুলে ফুল বৰণীয়া

সুৰভীৰে ভৰি ৰয়..

....

https://m.primal.net/LNfi.mp4

Reply to this note

Please Login to reply.

Discussion

No replies yet.