পাখি মেলি দিয়ে
মোৰ গানে আজি
ছায়া হৈ ৰ’গৈ তাত আহে নামি
হালধীয়া ৰং কিনো
বাখৰুৱা প্ৰাণ কিনো
বসন্ত নীবিড় নয়ন বুজাব খুজি
প্ৰশান্ত সাগৰ সমান মৰম বিছাৰি
পাখি মেলি দিয়ে
মোৰ গানে আজি...
...
পাখি মেলি দিয়ে
মোৰ গানে আজি
ছায়া হৈ ৰ’গৈ তাত আহে নামি
হালধীয়া ৰং কিনো
বাখৰুৱা প্ৰাণ কিনো
বসন্ত নীবিড় নয়ন বুজাব খুজি
প্ৰশান্ত সাগৰ সমান মৰম বিছাৰি
পাখি মেলি দিয়ে
মোৰ গানে আজি...
...
No replies yet.