পোহনীয়া চৰাইটি উৰিলে
বিচাৰি পাবলৈ নাই
পোহনীয়া চৰাইটি উৰিলে
বিচাৰি পাবলৈ নাই
অ’ ধৰো বুলি ধৰিব নোৱাৰি
ই যে উৰি যায়
ই যে উৰি যায়
পোহনীয়া চৰাইটি উৰিলে
বিচাৰি পাবলৈ নাই..
পোহনীয়া চৰাইটি উৰিলে...
..
পোহনীয়া চৰাইটি উৰিলে
বিচাৰি পাবলৈ নাই
পোহনীয়া চৰাইটি উৰিলে
বিচাৰি পাবলৈ নাই
অ’ ধৰো বুলি ধৰিব নোৱাৰি
ই যে উৰি যায়
ই যে উৰি যায়
পোহনীয়া চৰাইটি উৰিলে
বিচাৰি পাবলৈ নাই..
পোহনীয়া চৰাইটি উৰিলে...
..
No replies yet.