জগত পোহৰ কৰি
আহিব প্লাৱন
আঁতৰাব অমানিশা
বধিব ৰাৱণ
নিকা হ'ব সমাজ
শেষ হব এই পাপ
নিকা হ'ব সমাজ
শেষ হব এই পাপ
ফুলি ৰ'ব প্ৰেম শতদল...
...
জগত পোহৰ কৰি
আহিব প্লাৱন
আঁতৰাব অমানিশা
বধিব ৰাৱণ
নিকা হ'ব সমাজ
শেষ হব এই পাপ
নিকা হ'ব সমাজ
শেষ হব এই পাপ
ফুলি ৰ'ব প্ৰেম শতদল...
...
No replies yet.