অ’ মৰমী লগৰী,
আছা বুকু জুৰি
নাযাবা আঁতৰি, দূৰণিলে
তোমাৰ লাহি,
পৰশ লাগি, সপোন সৰে
তোমাৰ লাহি,
পৰশ লাগি, সপোন সৰে...
...
অ’ মৰমী লগৰী,
আছা বুকু জুৰি
নাযাবা আঁতৰি, দূৰণিলে
তোমাৰ লাহি,
পৰশ লাগি, সপোন সৰে
তোমাৰ লাহি,
পৰশ লাগি, সপোন সৰে...
...
No replies yet.