ৰৈ ৰৈ বিনালে

নিশায়ে বিনালে

ৰাতিপুৱাবলে কিমান পৰ

ডাৱৰে ডাৱৰে

এন্ধাৰে সিপাৰে

জেউতি লুকালে অসীমত

নভবা কথাও হঠাতে হয় চাগে

পায়ো হেৰুৱালো

বুজি পোৱাৰ আগতে

ৰৈ ৰৈ বিনালে ....

.....

https://void.cat/d/XaxJna9wSXohvnXEA18p5y.webp

https://void.cat/d/BLHCqJi3iL8HEYh82xXnsE.mp3

Reply to this note

Please Login to reply.

Discussion

No replies yet.