মই তোমাৰ বাবে
কত যে লিখো কবিতা
মই তোমাৰ বাবে
কত যে লিখো কবিতা
অ' তুমি মাথোঁ
বুজিহে নোপোৱা
মই তোমাৰ বাবে
কত যে লিখো কবিতা...
..
মনৰ মাজত ক'ত যে আশা
জীৱন শুৱনি কৰা
দেখিবা যে পলে পলে
দূৰলৈ নেযাবা..
...
মই তোমাৰ বাবে
কত যে লিখো কবিতা
মই তোমাৰ বাবে
কত যে লিখো কবিতা
অ' তুমি মাথোঁ
বুজিহে নোপোৱা
মই তোমাৰ বাবে
কত যে লিখো কবিতা...
..
মনৰ মাজত ক'ত যে আশা
জীৱন শুৱনি কৰা
দেখিবা যে পলে পলে
দূৰলৈ নেযাবা..
...
No replies yet.