আকাশৰ সিপাৰত
হাঁহিছে জোনাকে
জোনৰে পোহৰত
দেখিছো কাৰোবাকে
যৌৱন দুদিনীয়া মৰম যুগমীয়া
বয়স ভাটি দিলে দেহা হ'ব ঘূণীয়া
আমি চেঙেলীয়া মনো উৰণীয়া
দিবানে হিয়াৰে মৰম সাচঁতীয়া
মৰমে বান্ধিব খোজে দুখনি হিয়া
আজি মৰমে বান্ধিব খোজে দুখনি হিয়া
যদিও আমাৰ জীৱনেই দুদিনীয়া..
..