বিহুৰ তলিখন ঐ জান

কিবা যেন উৰুঙা লাগিছে

তোমাক নেপালোহি জাকৰে মাজতে

মিচাতে সাজিলো কাচিলো

সাঁচিলো বিহুৱান খন

দুগাল তিতিছে ঐ জান

দূৰণিত কেতেকীৰ বিননি

বনৰে পখীয়ে জুৰ পাতি উৰে

আমাৰ জুৰ পাতোতা নোলালে

নুবুজে বতৰৰ মন..

.....

https://video.nostr.build/6d6a4a31c6cafda1acef4217bba11b5a317e9559f666fa1a573f019d653da14e.mp4

Reply to this note

Please Login to reply.

Discussion

No replies yet.